--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পেচাৰ জছপ্ৰীত বুমৰাহ আৰু পত্নী আৰু টেলিভিচন প্ৰেজেণ্টাৰ সঞ্জনা গনেশনে তেওঁলোকৰ পুত্ৰ জন্মৰ কথা ঘোষণা কৰিছে। প্ৰথম সন্তানৰ নাম ৰখা হৈছে অংগদ। বুমৰাহে ভাৰতীয় দল এৰি এছিয়া কাপৰ অভিযানৰ মাজভাগতে ঘৰলৈ উভতি আহি নিজৰ সংগীৰ সৈতে থাকিবলৈ উৰা মাৰে।

“আমাৰ সৰু পৰিয়ালটো ডাঙৰ হৈছে। আমাৰ হৃদয় আমি কল্পনা কৰাতকৈও ভৰপূৰ হৈছে! আজি পুৱা আমি আমাৰ কণমানি ল'ৰা অংগদ জস্প্ৰিত বুমৰাহক পৃথিৱীলৈ আদৰণি জনাইছো। আমি চন্দ্ৰৰ ওপৰত আছো আৰু আমাৰ জীৱনৰ এই নতুন অধ্যায়টোৱে নিজৰ লগত লৈ অহা সকলো বস্তুৰ বাবে অপেক্ষা কৰিব নোৱাৰো।’-বুমৰাহে ইনষ্টাগ্ৰামত এটা পোষ্টত লিখিছে।

উল্লেখ্য যে ২০২১ চনত গোৱাত ব্যক্তিগত প্ৰেমৰ সম্পৰ্কেৰে বিবাহপাশত আবদ্ধ হয় এই দম্পতীহালে। আনহাতে শীঘ্ৰেই ভাৰতীয় দললৈ উভতি আহিব বুমৰাহ আৰু ছুপাৰ ৪ পৰ্যায়ৰ খেলৰ বাবে সাজু হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ