--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডন : ইংলেণ্ডৰ সৰ্ববৃহৎ বিবাহ বিচ্ছেদৰ গোচৰ হিচাপে চিহ্নিত হৈছে এই গোচৰটো। এই গোচৰত পতিয়ে পত্নীক দিবলগীয়া ক্ষতিপূৰণৰ পৰিমাণ শুনিলেই কপাল উঠে চকু। পিছে অধিক জটিল হৈ পৰা এই গোচৰৰ সৈতে যুক্ত হৈ পুত্ৰয়ো ভৰিবলগীয়া হ’ব বৃহৎ জৰিমনা। এই জৰিমনাৰ পৰিমাণো অতি বৃহৎ। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ গোচৰৰ সৈতে যুক্ত হৈ পৰা পুত্ৰই ভৰিবলগীয়া হ’ল ১০০ নিযুত ডলাৰ।

আৰু পঢ়িব পাৰিবকোকিলাৰ বজাৰত চুৰিকাণ্ডঃ আটক এজন

ইংলেণ্ডৰ সৰ্ববৃহৎ বিবাহ বিচ্ছেদৰ গোচৰ হিচাপে চিহ্নিত এই গোচৰৰ ৰায়দানেৰে ন্যায়ালয়ে মাতৃক এই বুজন পৰিমাণৰ ধন আদায়ৰ নিৰ্দেশ দিয়ে তেওঁৰ পুত্ৰক। ন্যায়ালয়ে তেওঁক ‘পিতৃক সহায় কৰিবলৈ যিকোনো কাম কৰিব পৰা এজন অসাধু লোক’ বুলি অভিহিত কৰে আৰু মাতৃৰ পৰা সম্পত্তি লুকুৱাই ৰাখিবলৈ তেওঁ লোৱা ভূমিকাৰ বাবে এই জৰিমণা বিহে। জৰিমনাৰ সন্মুখীন হোৱা পুত্ৰজনৰ নাম হৈছে তেমুৰ আখমেডভ। তেওঁ নিজৰ ধনকুবেৰ পিতৃ ফাৰখাদ আখমেডভৰ সৈতে লগ লাগি মাতৃক ঘৰুৱা সম্পত্তিৰ পৰা বঞ্চিত কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰিছিল।

আৰু পঢ়িব পাৰিবযোৰহাটত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

তেওঁৰ পিতৃ মাতৃৰ বিবাহ বিচ্ছেদৰ ক্ষতিপূৰণ হিচাপে আদালতে মাতৃক দিবলৈ নিৰ্দেশ দিয়া ৪৫০ নিযুত পাউণ্ড অৰ্থাৎ ৬২৭ নিযুত ডলাৰ লাভৰ পৰা মাতৃক বঞ্চিত কৰাত পিতৃক সৰ্বতোপ্ৰকাৰৰ সহায় কৰিছিল তেমুৰে। বুধবাৰে এই গোচৰৰ ৰায়দান কৰি ন্যায়াধীশ জ্ঞানেথ নোৱেলছে এই কথা প্ৰকাশ কৰে। এই অপৰাধৰ বাবে মাতৃক ১০০ নিযুত ডলাৰৰ ক্ষতিপূৰণ দিবলৈ তেমুৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ