--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত মঙলবাৰৰ দিনটোত ক’ভিডত মৃত্যু হৈছে ৩,৭৮০জন লোকৰ। দেশত এদিনতে মৃত্যু হোৱা লোকৰ এয়াই সৰ্বাধিক সংখ্যা। দেশত এতিয়া ২,২৬,১৮৮লৈ বৃদ্ধি পাইছে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা। বিগত ২৪ঘণ্টাত দেশত ৩.৮২লাখ আক্ৰান্ত নতুনকৈ চিনাক্ত হৈছে। ফলত দেশত আক্ৰান্তৰ মুঠ সংখ্যা বৃদ্ধি পাইছে ২.০৬ কোটিলৈ।

আৰু পঢ়িব পাৰিব : IPL-ৰ বাবে ১০০০কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব BCCI-এ

দেশৰ স্বাস্থ্যখণ্ডত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰা ক’ভিডৰে মোকাবিলা কৰাৰ বাবে দেশত লকডাউন বলৱৎ কৰাৰ দাবী এতিয়া বিভিন্নজনে কৰিবলৈ আৰম্ভ কৰিছে। দেশত টিকাকৰণ অভিযানক অধিক গতি প্ৰদানৰ বাবেও চেষ্টা চলাই থকা হৈছে। ইফালে, দেশৰ ভিতৰতে আটাইতকৈ ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ৫১,৮৮০জন আক্ৰান্ত চিনাক্ত হৈছে।

আৰু পঢ়িব পাৰিব : লকডাউনৰ দেশেই আগবাঢ়িছে দেশ! পুনৰ কোনে জনালে দাবী?

কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত ক’ভিড আক্ৰান্তৰ সংখ্যা তিনি লাখৰো অধিক হৈছে। সকাহৰ কথা এইটোৱেই যে, দেশত এতিয়াও চিকিৎসাধীন ৰোগীৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱা নাই। এতিয়া দেশত ৪০,০৯৬ ৰোগী চিকিৎসাধীন হৈ আছে। আৰোগ্যৰ সংখ্যা বাঢ়িছে প্ৰায় ১ কোটি ৭০ লাখলৈ। বিগত ২৪ঘণ্টাত ৩ লাখ ৩৮ হাজাৰৰো অধিক লোকে আৰোগ্য লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ