--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সনাতন ধৰ্মত তুলসী গছক পৱিত্ৰ বুলি গণ্য কৰা হয়। সেইবাবেই ঘৰত তুলসী গছ ৰোপণ কৰি পুৱা-গধূলি পানী আগবঢ়োৱা হয়। পুৱা গা ধুই তুলসী গছত পানী আগবঢ়ালে মালক্ষ্মীৰ অপৰিসীম আশীৰ্বাদ পোৱা যায়, কাৰণ তুলসীক মালক্ষ্মীৰ ৰূপ বুলি ধৰা হয়। কিন্তু ধৰ্মশাস্ত্ৰত তুলসী পূজা আৰু পানী আগবঢ়োৱাৰ কিছু নিয়ম আছে। তুলসী গছৰ বাবে দিয়া নিয়ম অনুসৰি এমাহৰ ভিতৰত এই দিনকেইটাত তুলসী গছত পানী আগবঢ়াব নালাগে।

 ধৰ্মগ্ৰন্থ অনুসৰি দেওবাৰে কেতিয়াও তুলসী গছত পানী আগবঢ়াব নালাগে। বিশ্বাস কৰা হয় যে তুলসী মায়ে দেওবাৰে ভগৱান বিষ্ণুৰ বাবে নিৰ্জলা ব্ৰত পালন কৰে। গতিকে দেওবাৰৰ দিনা তুলসী গছত পানী ঢালিলে তুলসী মাৰ নিৰ্জলা ব্ৰত ভংগ হয়। ইয়াৰ ফলত মালক্ষ্মীৰ অসন্তুষ্ট হৈ পৰে।

 দ্বিতীয়তে হিন্দু পঞ্জিকা অনুসৰি একাদশী তিথি প্ৰতি মাহৰ কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষত পৰে। এইদৰে প্ৰতিমাহে ২টা একাদশী তিথি আৰু বছৰত ২৪টা একাদশী তিথি হয়। সকলো একাদশী দিনটো ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গিত। যিহেতু মাতুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়, সেয়েহে তুলসী মাতাই সকলো একাদশীতে ভগৱান শ্ৰীহৰিৰ বাবে নিৰ্জলা ব্ৰত পালন কৰে। সেইবাবেই একাদশীৰ দিনটোতো তুলসী গছত পানী আগবঢ়াব নালাগে। দেওবাৰ আৰু একাদশীত যদি তুলসী গছত পানী আগবঢ়োৱা হয়, তেন্তে তুলসী গছ শুকাই যায়, লগতে মালক্ষ্মী আৰু ভগৱান বিষ্ণুৰ অসন্তুষ্টিয়ে জীৱনলৈ আৰ্থিক সমস্যা নমাই আনে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক