--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰটোক ভিতৰৰ পৰা ফিট কৰি ৰাখিবলৈ ভাল খাদ্যাভ্যাস থকাটো অতি প্ৰয়োজনীয়। লিভাৰ আমাৰ শৰীৰৰ এক বিশেষ অংগ। লিভাৰে শৰীৰৰ দূষিত পদাৰ্থ পৰিষ্কাৰ কৰে। বহু সময়ত লিভাৰত বহুত মলি জমা হয়, যাৰ ফলতো বহুত অসুবিধাৰ সৃষ্টি হয়। আজি কম লিভাৰৰ জমা হোৱা মলি কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি।

এই ৫ টা খাদ্যই লিভাৰৰ পৰা বাহিৰ কৰে দূষিত পদাৰ্থ

১) আখৰোটঃ লিভাৰ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াত বহুত মলি জমা হয়। যদি আপুনি লিভাৰৰ পৰা মলি পৰিষ্কাৰ কৰিব বিচাৰে তেন্তে আপুনি দৈনিক আখৰোট সেৱন কৰক। মগজু চোকা কৰিবলৈও আখৰোট অতি বিশেষ।

২) সেউজীয়া শাক-পাচলিঃ  দৈনিক সেউজীয়া শাক-পাচলি খাব লাগে। এইবোৰে শৰীৰটোক যথেষ্ট ফিট কৰি ৰাখে। ই লিভাৰ ভালদৰে পৰিষ্কাৰ কৰে।

৩) মিঠা আৰু টেঙা ফলঃ টেঙা আৰু মিঠা ফলো খাব লাগে। ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত লিভাৰত বিষমুক্ত কৰা এনজাইম থাকে যিয়ে যকৃত পৰিষ্কাৰ কৰে।

৪) গোটা শস্যঃ আপোনাৰ শৰীৰক ফিট কৰি ৰখাৰ বাবে গোটা শস্য অতি উপকাৰী। লিভাৰ পৰিষ্কাৰ কৰাত খাদ্যই অতি সহায় কৰে।

৫) আলমণ্ডঃ ভিটামিন ই আলমণ্ডত পোৱা যায় যিটো শৰীৰ আৰু মনক সুস্থ কৰি ৰখাৰ বাবে অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ