--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সূৰ্য্য দেৱতা কুম্ভ ৰাশিত বহি আছে। ১৪ মাৰ্চত কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে সূৰ্য্য দেৱতা। সূৰ্য্য দেৱতাৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে কিছুমান ৰাশিৰ লোকে শুভ ফল পোৱাটো নিশ্চিত। এই ৰাশিৰ মানুহৰ শুই থকা ভাগ্যও জাগ্ৰত হ’ব। 

জ্যোতিষত সূৰ্য্য দেৱতাৰ বিশেষ স্থান আছে। সূৰ্য্য দেৱতাক সকলো গ্ৰহৰ ৰজা বুলি কোৱা হয়। যেতিয়া সূৰ্য্য দেৱতা শুভ হয় তেতিয়া মানুহে বহুত সন্মান লাভ কৰে আৰু ধন-সম্পত্তি লাভ কৰে। মীন ৰাশিত সূৰ্য্যৰ প্ৰৱেশৰ ফলত তিনি ৰাশিৰ জিলিকিব ভাগ্য।

১) মিথুন ৰাশিঃ  সূৰ্য্যৰ ৰাশিৰ পৰিৱৰ্তন শুভ হ'ব। আত্মবিশ্বাস বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। আৰ্থিক লাভ হ’ব। আয়ৰ উৎস বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব। কামত সফলতা লাভ কৰিব। বিবাহিত জীৱন সুখী হ'ব।

২) সিংহ ৰাশিঃ সকলোতে শুভ ফল পোৱা যাব। অৰ্থনৈতিক দিশটো শক্তিশালী হ’ব। কামত সফলতা লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব নালাগিব। লেনদেনৰ বাবে সময় শুভ। বিনিয়োগ কৰিলে লাভ হ’ব। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। সন্মান আৰু পদবী আৰু প্ৰতিপত্তি বাঢ়িব।

৩) কন্যা ৰাশিঃ শুভ ফল পাব। আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। চাকৰি আৰু ব্যৱসায়ৰ বাবে সময় শুভ।বিবাহিত জীৱন সুখী হ'ব। বন্ধুৰ পৰা সমৰ্থন পাব। আপুনি কৰা কামৰ শলাগ লোৱা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ