--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ চীনতেই সৃষ্টি  বুলি বহুতে অভিযোগ কৰি অহাৰ সময়তে  চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰিছে আন এক বিপজ্জনক ভাইৰাছ। প্ৰকাশিত তথ্য অনুসৰি এই ভাইৰাছে  তিনিদিনতে  যিকোনো ব্যক্তিৰ মৃত্যু ঘটাব  পাৰে। চাইন্স ডাইৰেক্ট আলোচনীত প্ৰকাশিত তথ্য অনুসৰি  নতুন কৃত্ৰিম ভাইৰাছ বিধে ইব’লা ভাইৰাছৰ দৰেই ক্ৰিয়া কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে ইব’লা ভাইৰাছৰ কিছু অংশ গ্ৰহণ কৰি নতুন ভাইৰাছ বিধৰ  সৃষ্টি কৰিছে।

 ই ইব’লা ভাইৰাছৰ দৰেই অতি মাৰাত্মক।  এই  ভাইৰাছত আক্ৰান্ত হ’লে মানুহৰ দেহত ইব’লা ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ দৰেই সক্ষণে দেখা দিব পাৰে।   এই ভাইৰাছ বিধে প্ৰথমে মানুহৰ  শৰীৰ দুৰ্বল কৰি পেলায়  আৰু শৰীৰৰ অংগবোৰে কাম কৰা বন্ধ কৰি দিয়ে। তিনিদিৰ পিছত তেওঁৰ মৃত্যু হ’ব পাৰে। এই ভাইৰাছে  চকুতো সংক্ৰমণ ঘটাব পাৰে। ফলত লোক এজনে  তেওঁৰ  দৃষ্টিশক্তি হেৰুৱাই পেলাব পাৰে। এই ভাইৰাছবিধ ছিৰিয়াৰ হামষ্টাৰ নামৰ প্ৰাণীবিধৰ শৰীৰত প্ৰয়োগ কৰাৰ তিনি দিনৰ ভিতৰতে সেই প্ৰাণীবোৰে মৃত্যুক সাৱটি  লৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ