--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ ৰোগীয়ে প্ৰায়ে ছুগাৰৰ বিপদৰ সন্মুখীন হয়, যাৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ সন্দৰ্ভত সদায় বিপদ থাকে। ডায়েবেটিছ অতি জটিল সমস্যা কাৰণ ইয়াৰ দ্বাৰা আন বহুতো ৰোগ, যেনে হৃদৰোগ আৰু বৃক্কৰ ৰোগ আদিও জন্ম হয়। এনে পৰিস্থিতিত খাদ্যাভ্যাসৰ সম্পূৰ্ণ যত্ন ল’ব লাগে। অলপ অসাৱধানতাও মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। উচ্চ ছুগাৰৰ মাত্ৰা হ্ৰাস কৰিবলৈ আপুনি কোনবোৰ কম কাৰ্বযুক্ত শাক-পাচলি খাব লাগে জানি লওক।

ডায়েবেটিছ ৰোগীৰ বাবে কম কাৰ্বযুক্ত শাক-পাচলি

১) ব্ৰকলিঃ ব্ৰকলি এনেকুৱা এবিধ পাচলি যে ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে ইয়াক গ্ৰহণ কৰিলে ছুগাৰৰ মাত্ৰাক লৈ চিন্তা কৰিব নালাগিব, আচলতে ইয়াত ছালফ’ৰাফেন নামৰ যৌগ থাকে আৰু ইয়াৰ ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে যিয়ে গ্লুক’জৰ মাত্ৰা বজাই ৰাখে।

২) বিলাহীঃ বিলাহীত গ্লাইচেমিক ইনডেক্স কম, সেয়েহে ই তেজৰ ছুগাৰ বজাই ৰখাত সহায় কৰে।

৩) পালেং শাকঃ  পালেং শাকক সেউজীয়া শাক-পাচলিৰ ৰজা বুলি ক’লে হয়তো ভুল নহ’ব, কাৰণ ইয়াত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে, ফ’লেট আৰু ডায়েটাৰী ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে এক আশীৰ্বাদ।

৫) বন্ধাকবিঃ বন্ধাকবিত কাৰ্বহাইড্ৰেট কম আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়, ইয়াৰ জৰিয়তে কেৱল ছুগাৰৰ মাত্ৰা হ্ৰাস কৰাই নহয়, হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ