--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ৰে’লৱেৰ যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱে' লৈছে কেতবোৰ নতুন সিদ্ধান্ত৷ ভ্ৰমণৰ সময়ত যাত্ৰীয়ে ৰে’লত ম’বাইল, লেপটপ চাৰ্জ কৰিব নোৱাৰিব এতিয়াৰ পৰা৷ জানিব পৰা মতে কোনো কাৰীকৰি সমস্যাৰ সন্মুখীন নহ’বলৈ এই বিশেষ ব্যৱস্থাৰ গ্ৰহণ কৰিছে৷

আৰু পঢ়িব পাৰিব : ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনাঃ নিহত ২

ভাৰতীয় ৰে’লৱে এতিয়াৰ পৰা কোনো যাত্ৰীয়ে ৰে’লেৰে ভ্ৰমণ কৰিলে নিশা ম’বাইল, লেপটপ বা আন কোনো ইলেক্ট্ৰনিক সামগ্ৰীত চাৰ্জ কৰিব নোৱাৰে। লগতে কোনো যাত্ৰীয়ে ছিগাৰেট সেৱন কৰিলে জৰিমণা বিহা হ’ব। ৰে’লৱেৰ নতুন নিয়ম অনুসৰি নিশা ১১বজাৰ পৰা পুৱা ৫ বজালৈ চাৰ্জিং পইণ্ট বন্ধ কৰি ৰখা হ’ব।

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

বিভাগীয় সিদ্ধান্ত অনুসৰি নিশা ম’বাইল আৰু লেপটপ চাৰ্জ কৰিলে কোনো কাৰণত জুই লাগিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ