--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদ শাৰদ পাৱাৰে নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ সভাপতি  পদৰ পৰা পদত্যাগ কৰিছে। তাৰমাজতে নানা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। শিৱসেনা, কংগ্ৰেছ আৰু এন চি পিক একত্ৰিত কৰি মহাৰাষ্ট্ৰত মহা বিকাশ আঘাদী চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰবীণ নেতাগৰাকীয়ে।

পাৱাৰৰ পদত্যাগৰ ফলত এক বৃহৎ ক্ষতি আৰু অসুবিধাৰ সন্মুখীন হৈছে এন চি পি। ইয়াৰ পিছত এতিয়া দলৰ সভাপতি হিচাপে কাক নিৰ্বাচিত কৰে তাকে লৈ এতিয়া সৃষ্টি হৈছে উৎকন্ঠাৰ।

উল্লেখ্য যে ৰাজনৈতিক বুদ্ধিমত্তাৰ বাবে পৰিচিত শৰদ পাৱাৰে চাৰি দশকৰো অধিক সময় ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক  গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এন চি পিৰ নেতৃত্বৰ পৰা তেওঁৰ অৱসৰ লোৱাৰ ফলত দল আৰু ৰাজ্যৰ বিৰোধী ৰাজনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি আশা কৰিছে দেশৰ ৰাজনৈতিক মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে