--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ইলেক্ট্ৰিক বেটাৰীচালিত বাহনৰ কদৰ বাঢ়িছে। তালৈ লক্ষ্য ৰাখি হায়দৰাবাদস্থিত ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী 'পিউৰ ইভি’য়ে শেহতীয়াকৈ মুকলি কৰিছে এখনি বিশেষ স্কুটাৰ। স্কুটাৰখনৰ নাম- ইপ্লুটো ৭জি প্ৰ’ ইলেক্ট্ৰিক স্কুটাৰ। লক্ষ্যণীয়ভাৱে স্কুটাৰখনৰ দাম এক লাখ টকাতকৈ কম। ইতিমধ্যেই বাহনৰ্খনৰ বুকিংও মুকলি কৰা হৈছে।

গ্ৰাহকে অফিচিয়েল ডিলাৰশ্বিপৰ জৰিয়তে এই স্কুটীখন বুকিং কৰিব পাৰিব আৰু ইয়াৰ ডেলিভাৰীও অতি সোনকালে আৰম্ভ কৰা হ’ব।

উল্লেখ্য যে  এই ePluto 7G Pro ইলেক্ট্ৰিক স্কুটাৰ তিনিটা ৰঙত উপলব্ধ। ক’লা, ধূসৰ আৰু বগা। ৰেট্ৰ’ লুকৰ সৈতে এই ইলেক্ট্ৰিক স্কুটাৰত আছে এল ই ডি হেডলেম্পৰ লগতে ঘূৰণীয়া এল ই ডি ডি আৰ এল।

ePluto 7G Pro ইলেক্ট্ৰিক স্কুটাৰখন AIS 156 প্ৰমাণিত 3kWh বেটাৰীৰ দ্বাৰা চালিত। লগতে বাহনখনত আছে ১.৫ কিলোৱাট ইলেক্ট্ৰিক মটৰ।

এই স্কুটাৰখনে ১০০ৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ ৰেঞ্জ দিবলৈ সক্ষম। যিটো Ola S1 Air য়ে দাবী কৰা ৰেঞ্জতকৈ বেছি। ইয়াৰ উপৰিও ইয়াত তিনিটা ৰাইডিং মোডৰ ব্যৱস্থা আছে। এপ্লুটো ৭জি প্ৰ’ ইলেক্ট্ৰিক স্কুটাৰৰ এক্স শ্ব’ৰুম মূল্য ৯৪,৯৯৯ টকা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক