--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনুষ্কাৰ কোলা শুৱনি কৰিবলৈ আৰু বিৰাটৰ মন জুৰাবলৈ তেওঁলোকৰ দ্বিতীয়টো সন্তানে অচিৰেই দেখিব পৃথিৱীৰ প্ৰথম পোহৰ৷ যোৱা বছৰ অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী, ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে তেওঁলোকৰ দ্বিতীয় সন্তানৰ আশা কৰিছিল বুলি বাতৰি পোৱা গৈছিল। 

শেহতীয়াকৈ ক্ৰিকেটাৰ তথা তেওঁলোকৰ বন্ধু এবি ডে ভিলিয়াৰ্চে পুৰণি গুজৱটো নিশ্চিত কৰি কয় যে বিৰাট তেওঁৰ পৰিয়ালৰ সৈতে থকাকৈ বিৰতি লৈ আহিছে আৰু এতিয়া অনুৰাগীসকলে অপেক্ষা কৰিব লাগিব৷

অনুষ্কা শৰ্মাই ক্ৰিকেটাৰ-স্বামী বিৰাট কোহলীৰ সৈতে তেওঁলোকৰ দ্বিতীয়টো সন্তানক আদৰণি জনোৱাৰ বাবে সাজু হৈছে। এই খবৰটো এবি ডে ভিলিয়াৰ্চে নিশ্চিত কৰিছে৷

ভিলিয়াৰ্চে শেহতীয়া এক সাক্ষাৎকাৰত বিৰাট কোহলীৰ সৈতে তেওঁৰ বাৰ্তা-বিনিময়ৰ বিষয়ে কথা পাতিছিল আৰু নিশ্চিত কৰিছিল যে ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু তেওঁৰ অভিনেতা-পত্নী অনুষ্কা শৰ্মাই তেওঁলোকৰ দ্বিতীয়টো সন্তান আশা কৰিছে৷

তেওঁ কয়, মই বিৰাটৰে কুশলবাৰ্তা বিনিময় কৰিছিলোঁ৷ আৰু বিৰাটে কৈছিল যে তেওঁ কুশলে আছে৷ আৰু এই মুহূৰ্তত মাত্ৰ তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে থাকিব লাগিব বুলি সদৰী কৰিছিল৷ 

বিৰাটে ভিলিয়াৰ্চক লগতে কৈছিল, এয়া মোৰ পাৰিবাৰিক সময় আৰু সময়খিনিও মোৰ বাবে গুৰুত্বপূৰ্ণ।

অৱশ্যে, এবি ডেই যদিও এই খবৰ ৰাজহুৱা কৰিছে, তথাপি বিৰাট-অনুষ্কাই এই খবৰ নিশ্চিত কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক