--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেটিএম পেমেণ্টবেংকৰ (পিপিবিএল) ওপৰত নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ আৰবিআইৰ নিৰ্দেশৰ পিছতে পেটিএমৰ বাবে বহু  সমস্যাৰ সৃষ্টি হৈছে। এতিয়া  ফাষ্টটেগ প্ৰদান কৰা ৩২ টাকৈ বেংকৰ তালিকাত নাই পেটিএমৰ নাম। গতিকে পেটিএম ব্যৱহাৰ কৰি এতিয়া আৰু কোনেও উক্ত ৩২ চা বেংকৰ পৰা ফাষ্টটেগ ক্ৰয় কৰিব নোৱাৰিব। 

শেহতীয়া খবৰ অনুসৰি  ঘাইপথ টোল কৰ্তৃপক্ষই নতুন ফাষ্টটেগ জাৰি কৰিব পৰা কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ তালিকাৰ পৰা পেটিএম পেমেণ্ট বেংকৰ নাম  আঁতৰাই দিছে। পথ ঘাইপথ টোল কৰ্তৃপক্ষই পৰামৰ্শ দিছে যে ব্যৱহাৰকাৰীসকলে অনুমোদিত বেংকৰ পৰাহে ফাষ্টটেগ ল'ব লাগিব। 

ইতিমধ্যে ৩২  টা বেংকৰ এখন তালিকা নিৰ্ধাৰণ কৰি দিয়া হৈছে।  ২০ মিলিয়নতকৈও অধিক পেটিএম ফাষ্টটেগ ব্যৱহাৰকাৰীয়ে এতিয়া নতুন আৰএফআইডি ষ্টিকাৰ গ্ৰহণ কৰিব লাগিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে কেইদিনমান পূৰ্বে  পেটিএম পেমেণ্ট বেংকক (পিপিবিএল) বহু কেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছিল ।পেটিএম পেমেণ্ট বেংকে ৰিজাৰ্ভ বেংকৰ বহু নিৰ্দেশনা মানি নচলাৰ বাবেই ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্ট বেংকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক