--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানৰ তালিবান উগ্ৰপন্থীসকলক নিষিদ্ধ ঘোষণা কৰিলে ফেচবুকে। এই নীতি হোৱাটছ এপ আৰু ইনষ্টাগ্ৰামৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। ফেচবুক কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে। ইণ্টাৰনেটত এই মাধ্যমসমূহত তালিবানৰ সমৰ্থনত দিয়া সকলো পোষ্ট বা মন্তব্য নিষিদ্ধ ঘোষণা কৰা হৈছে।

ফেচবুক কৰ্তৃপক্ষই জানিবলৈ দিছে যে, কোনো লোকে তালিবানৰ সমৰ্থনত কোনো পোষ্ট বা মন্তব্য কৰিলে সেইসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব। ফেচবুকৰ মুখপাত্ৰই আজি প্ৰকাশ কৰিছে যে, বিপজ্জনক সংগঠন সংক্ৰান্তীয় নিয়মাৱলী মানি তালিবানৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে।

ফেচবুকৰ মুখপাত্ৰজনে কয় যে, তেওঁলোকে গভীৰভাৱে আফগানিস্তানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। তালিবানৰ সমৰ্থনত দিয়া পোষ্টসমূহ মুচি পেলোৱা হ’ব। যি একাউণ্টৰ পৰা এনেধৰণৰ পোষ্ট আহে সেইসমূহ নিষিদ্ধ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ