--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানৰ দখলত সমগ্ৰ আফগানিস্তান৷ বৰ্তমান মহিলা শূন্য হৈ পৰিছে কাবুলৰ ৰাজপথ৷ হঠাতে দেশখনত বোৰ্খাৰ বিক্ৰী বাঢ়িব ধৰিছে৷ আফগানিস্তানৰ বিভিন্ন বেংকতো তাণ্ডৱ চলাইছে সশস্ত্ৰ তালিবানে৷ বেংকৰ পৰা খেদি পঠিয়াইছে মহিলা কৰ্মচাৰীকো৷ লগতে ভৱিষ্যতে চাকৰিলৈ নাহিবলৈ মহিলাসকলক সকীয়নি প্ৰদান কৰিছে৷

ইয়াৰ লগতে কৰ্মক্ষেত্ৰত কেৱল পুৰুষক নিযুক্তি দিয়াৰ নিৰ্দেশ দিছে তালিবানে৷ আফগানিস্তানৰ বিভিন্ন মানৱ অধিকাৰ কৰ্মীয়ে বিশ্বৰ ৰাষ্ট্রনেতাসকলৰ সহায় ভিক্ষা কৰি আৱেদন জনাইছে৷ ছ’চিয়েল মিডিয়াযোগে আৱেদন মানৱ অধিকাৰ কৰ্মীসকলৰ৷

মহিলাৰ অৱস্থাক লৈ আন্তৰ্জাতিক সাহায্যৰো আৱেদন জনাইছে৷ মহিলাসকললৈ বিভিন্ন নিৰ্দেশনা দি তালিবানৰ বিজ্ঞপ্তি প্ৰদানক লৈ শংকিত হৈছে বিশ্ববাসী৷ চুলিৰ পৰা ভৰিৰ নখলৈকে আবৃত কৰি ৰাখিব লাগিব মহিলাসকলে। বোৰ্খা নিপিন্ধা মহিলা দেখিলেই মাৰধৰ কৰে তালিবানে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ