--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত ৰাজধানী কাবুলত নতুন ৰাজ্যপাল নিযুক্ত কৰিছে। কাটাৰত তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ দ্বাৰা জাৰী কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে। জানিবলৈ পোৱা মতে, মৌলবী আব্দুৰ ৰহমান মনচুৰক কাবুলৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে, তেওঁৰ পিতৃ মৌলবী নছৰুল্লাহে আফগানিস্তানৰ যুদ্ধত প্ৰাণ হেৰুৱাইছিল।


শাসনৰ দ্বায়িত্বভাৰ গ্ৰহণৰ পাছতে মৌলবী মনচুৰৰ মন্তব্য, ‘ৰাজধানী কাবুলৰ পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। বিভিন্ন বাসগৃহ আৰু দোকান-পোহাৰত লুণ্ঠনকাৰ্য চলাই থকা দুৰ্বৃত্তসকলক আটক কৰিবলৈ দ্ৰুত অভিযান আৰম্ভ কৰা হৈছে।’ জানিবলৈ পোৱা মতে, তালিবানে কাবুলৰ বাসিন্দাসকলৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। শেহতীয়াকৈ তালিবানে যুঁজাৰুসকলক কাৰো বাসগৃহত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ