--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানী ফুটবল সন্থাই এটা বিবৃতিত কয়, ইতিমধ্যেই বহু ইৰানী অনুৰাগী খেল চাবলৈ আহিছে। কিন্তু ফিফাই তেওঁলোকৰ বাবে আবণ্টিত টিকট বাতিল কৰিছে।

ডিজিটেল ডেস্ক : বিশ্বকাপক লৈ বিতর্ক শেষ হোৱা নাই। শেহতীয়াকৈ ইৰান ফুটবল সন্থাই অভিযোগ কৰিছে যে ফিফাই তেওঁলোকৰ অনুৰাগীলৈ আবণ্টিত টিকট বাতিল কৰিছে। বিশ্বকাপৰ যিকোনো মেচতে মুখামুখি হোৱা দুয়োখন দেশৰ অনুৰাগীক নির্দিষ্ট সংখ্যক টিকট আবণ্টন দিয়া হয়। 


দুয়োটা দলৰে অনুৰাগীয়ে যাতে মেচখন চাব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে ইৰানৰ বাবে আবণ্টিত টিকট বাতিল কৰা হৈছে। ইৰানী ফুটবল সন্থাই এটা বিবৃতিত কয়, ইতিমধ্যেই বহু ইৰানী অনুৰাগী খেল চাবলৈ আহিছে। কিন্তু ফিফাই তেওঁলোকৰ বাবে আবণ্টিত টিকট বাতিল কৰিছে। এই পৰিস্থিতিত তেওঁলোকে খেলখন কেনেকৈ চাব? তেওঁলোক ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰে।' 


ইৰানে অভিযোগ কৰে যে ফিফাই আমেৰিকাৰ হেঁচাত এই কাম কৰিছে। ইয়াৰ ফলত বিশ্বকাপক কলংকিত কৰা বুলি ইৰানে অভিযোগ তুলিছে।  উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement