--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বকাপৰ টিকট উচ্চ দামত বিক্ৰী কৰাক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে ফিফাই এই সিদ্ধান্ত লয়।

ডিজিটেল ডেস্ক: ফুটবলৰ বিশ্বকাপৰ জৰিয়তে ফিফাই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাৰ আশা কৰা হৈছে। শেহতীয়াকৈ ফিফাই বিশ্বকাপৰ পৰা বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাৰ আন এক সুযোগ বিচাৰি উলিয়াইছে। 


ফিফাই এতিয়া বিশ্বকাপৰ ফাইনেলখন অনুষ্ঠিত হ'বলগীয়া নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামৰ পিটচৰ টুকুৰা বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। বিশ্বকাপৰ টিকট উচ্চ দামত বিক্ৰী কৰাক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে ফিফাই এই সিদ্ধান্ত লয়। 


উল্লেখযোগ্য যে ফাইনেলখন ১৯ জুলাইত মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইয়াত ব্যৱহাৰ কৰা পিটচৰ প্ৰতি টুকুৰা ৪৫০ ডলাৰ অৰ্থাৎ প্রায় ৪৩ হাজাৰ টকাত বিক্ৰী কৰিব। ফিফাৰ তথ্য মতে পিটচৰ প্রতিটো টুকুৰা ১৭.৫×১৭.৫×১৭.৫। কিন্তু ইয়াৰ একক ইঞ্চি নে চেণ্টিমিটাৰ নে মিলি মিটাৰ সেই কথা প্রকাশ কৰা হোৱা নাই। ফাইনেলৰ পাছতে ক্ৰয় কৰিবলৈ বিচৰা লোকলৈ এই টুকুৰা প্ৰেৰণ কৰা হ'ব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ