--°C
Loading...
Listen to Article
2 min read
80%

ফিলিপাইনঃ ফিলিপাইনছৰ দক্ষিণ-পূবৰ পণ্ডাগুইটান আৰু ইয়াৰ আশে-পাশে এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১। স্থানীয় সময় অনুসৰি, বুধবাৰে সন্ধিয়া কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ পাছতে অঞ্চলটোত ছুনামিকেন্দ্ৰিক সতৰ্কতা জাৰী কৰিছে প্ৰশাসনে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক জৰীপে সদৰী কৰিছে যে, ভূমিকম্পটো পৃষ্ঠভূমিৰ পৰা ৬৫.৬ কিঃমিঃ গভীৰতাত, পণ্ডাগুইটানৰ পৰা ৬২ কিঃমিঃ পূবত উদ্ভৱ হৈছিল।

ভূমিকম্পৰ পাছতে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা সম্ভাব্য ছুনামিৰ সতৰ্কতা জাৰী কৰা হৈছে। ফিলিপাইনৰ ভ’লকেন’লজী এণ্ড চিচম’লজী প্ৰতিষ্ঠানটোৱে সংঘটিত ভূমিকম্পটোৱে ব্যাপক ক্ষতি কৰাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাই এই ভূমিকম্পৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলত ছুনামি উদ্ভৱৰ কোনো আশংকা নাই বুলি জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ