--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজমা ৰোগত আক্ৰান্ত হৈ মৃত‍্যুক সাৱটি লয় গৌতম দত্তই। এজমা ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল গৌতম দত্ত।

ডিজিটেল ডেস্ক: প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান। ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত‍্যাগ কৰে প্ৰাক্তন ফুটবলাৰগৰাকীয়ে।


এজমা ৰোগত আক্ৰান্ত হৈ মৃত‍্যুক সাৱটি লয় গৌতম দত্তই। এজমা ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল গৌতম দত্ত।


অৱশেষত মঙলবাৰে দুপৰীয়া ১.৩০বজাত শেষ নিঃশ্বাস ত‍্যাগ কৰে প্ৰাক্তন ফুটবলাৰগৰাকীয়ে।


এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ আছিল গৌতম দত্ত। অসমৰ হৈ বিভিন্ন খেলত অংশ লৈছিল খেলুৱৈগৰাকীয়ে। 


অসম আৰক্ষীৰ ফুটবল দলৰো খেলুৱৈ আছিল দত্ত। 


গৌতম দত্তলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটী ক্ৰীড়া সন্থা আৰু দায়নামো ক্লাৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ