--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত আৰম্ভ হ’ব পঞ্চমখন ভাৰত-ইংলেণ্ড টেষ্ট। ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এডগবাষ্টনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টো নিমিষতে হৈ পৰিছে ভাইৰেল।

ভিডিঅ’টোত দেখা গৈছে যে, কোহলীয়ে শুভমন গীলৰ সৈতে কান্ধত কিট বেগ লৈ খোজ কাঢ়িছে। ট্ৰেইনিং গ্ৰাউণ্ড এৰি দুয়ো ড্ৰেছিং ৰুমৰ ফালে খোজকাঢ়ি গৈ আছিল। কোহলী-গীলৰ পিছে পিছে গৈছিল এজন ফটোগ্ৰাফাৰ। কোহলীয়ে হঠাত কেমেৰাৰ ফালে ঘূৰি ক'লে, ‘কি হৈছে!’ কেমেৰামেনৰ সৈতে ‘কিং কোহলী’ৰ এই মধুৰ আচৰণে নেটিজেনৰ মন জয় কৰিছে।

মন কৰিবলগীয়া যে, কৰ’নাৰ বাবে বিগত ছিজনৰ একেবাৰে শেষ মুহূৰ্তত ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰ টেষ্ট বাতিল কৰা হৈছিল। ৫খন মেচৰ টেষ্ট শৃংখলাত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে ২-১ৰ ব্যৱধানত আগবাঢ়িৃ আছে। বিগত ছেপ্টেম্বৰ মাহত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পঞ্চম আৰু অন্তিমখন টেষ্ট খেলখন মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ