--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজিৰে পৰা দেশজুৰি গণ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে৷ সৰ্বসাধাৰণৰ বাবেও আজিৰে পৰা কোভিড ভেকচিনৰ কাৰ্যসূচী আৰম্ভ হৈছে৷ কোভিড ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এইম্ছত ভাৰত বায়’টেকৰ কোভাক্সিনৰ প্ৰথমটো ড’জ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে৷

আৰু পঢ়িব পাৰিব : হৃদয় বিদাৰক : স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক

ডিঙিত ফুলাম গামোচা লৈ ভেকচিনৰ ড’জ লোৱাৰ পাছতে সকলোকে ভেকচিন ল’বলৈ আহ্বান নৰেন্দ্ৰ মোদীৰ৷ সংকটক্ষণত চিকিত্সক-চিকিত্সাকৰ্মীৰ সেৱাক পুনৰ প্ৰশংসা কৰে মোদীয়ে৷ ইপিনে দেশৰ ৬০ বছৰ ঊৰ্ধ্বৰ নাগৰিকক আৰু ৪৫ বছৰৰ ঊৰ্ধ্বৰ অসুস্থ লোকক চৰকাৰী আৰু ব্যক্তিগত চিকিত্সালয়ত দিয়া হ’ব ভেকচিন৷

আৰু পঢ়িব পাৰিব : ‘আমি ব্ৰিটিছকো পৰাজিত কৰিছিলোঁ, নৰেন্দ্ৰ মোদী কোন?’

উল্লেখ্য যে ব্যক্তিগত চিকিত্সালয়ত প্ৰতিটো ড’জৰ বাবে ধাৰ্য কৰা হৈছে ২৫০ টকা৷ ২৫০ টকাৰ ভিতৰত ১৫০ টকা ভেকচিন, ১০০ টকা ছাৰ্ভিচ চাৰ্জ৷ আনহাতে, চৰকাৰী চিকিত্সালয়ত বিনামূলীয়া হ’ব কোভিড ভেকচিন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ