--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : অমিতাভ বচ্চন অসুস্থ আৰু তেওঁৰ এক অস্ত্ৰোপচাৰ কৰা হ’ব। এই খবৰে ব্যাপকভাৱে উদ্বিগ্ন কৰি তুলিছিল তেওঁৰ অগণন অনুৰাগীক। কিয়নো তাৰকাগৰাকীৰ কিধৰণৰ অস্ত্ৰোপচাৰ কৰা হ’ব সেইকথা প্ৰকাশ কৰা নাছিল তাৰকাগৰাকীয়ে। অৱশেষত ছুপাৰষ্টাৰ বচ্চনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰা অনুৰাগীসকলৰ উৎকণ্ঠাৰ অৱসান ঘটিছে।

আৰু পঢ়িব পাৰিব : বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত ৰণ জয়ৰ মন্ত্ৰণা…!

‘বিগ বি’ৰ অস্ত্ৰোপচাৰ হোৱাৰ খবৰে উদ্বিগ্ন কৰি ৰাখিছিল অনুৰাগীসকলক। আজি এই উৎকণ্ঠাৰ অৱসান ঘটাই ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহাতাৰকাগৰাকীয়ে প্ৰকাশ কৰিছে যে, তেওঁৰ চকুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। তেওঁ এতিয়া সুস্থ বুলিও অনুৰাগীসকলক উদ্দেশ্যি তেওঁ প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : জিএমচিএইচত আজিৰেপৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক’ভিডৰ টিকাকৰণ

তেওঁ আজি প্ৰকাশ কৰিছে যে, ‘মোৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা আৰু শুভেচ্ছা জ্ঞাপন কৰা সকলোকে মই ধন্যবাদ জনাইছোঁ। এই বয়সত চকুৰ অস্ত্ৰোপচাৰ কৰাটো অতি স্পৰ্শকাতৰ আৰু ইয়াৰ বাবে অতি নিখুঁট আপদালৰ প্ৰয়োজন। যথাসম্ভৱ শ্ৰেষ্ঠতমখিনি কৰা হৈছে আৰু আশা কৰিছোঁ সকলো ভাল হ’ব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ