--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেট্ৰ’ ৰে’ল যাত্ৰীসকলৰ বাবে ভাল খবৰ! ব্যস্ততাৰ সময়ত কাৰ্ডখন হাতত লোৱাৰ হেঁচা কমিবলৈ গৈ আছে। মুম্বাইত যাত্ৰীসকলৰ বাবে নতুন ধৰণৰ টিকটৰ ব্যৱস্থা কৰিছে মেট্ৰ’ ৰে’লে, যিবোৰ বেগ বা পকেটত ৰাখিব নালাগে। আকৌ হেৰাই যোৱাৰো ভয় নাথাকিব। এই নতুন ধৰণৰ টিকট গহনাৰ দৰে পিন্ধিব পাৰি! ইয়াৰ দ্বাৰা মেট্ৰ’ যাত্ৰীসকলৰ সময় ৰাহি হোৱাৰ লগতে আৰামও বৃদ্ধি পাব।

এই নতুন টিকটৰ নাম হৈছে ‘টেপ টেপ’। দেশৰ আৰ্থিক ৰাজধানী মুম্বাই এখন অতি ব্যস্ত চহৰ। সেয়েহে চহৰখনৰ ব্যস্ত যাতায়তৰ সুবিধাৰ্থে মুম্বাই মেট্ৰ’ ৰে’ল কৰ্তৃপক্ষই (নাম মুম্বাই মেট্ৰ’ ৱান) এই সেৱা আৰম্ভ কৰিছে। বহুতে আশা কৰে যে যদি মুম্বাইত এই সেৱা সফল হয়, তেন্তে দেশৰ আন চহৰত এই সেৱা আৰম্ভ কৰিব পৰা যাব য’ত মেট্ৰ’ সেৱা চলি আছে।

মুম্বাই মেট্ৰ’ ৱানৰ মতে, যাত্ৰীৰ সংবেদনশীল ছালৰ কথা মনত ৰাখি এই টেপটেপটো নিৰ্মাণ কৰা হৈছে। পৰিৱেশ অনুকূল ছিলিকন সামগ্ৰীৰে নিৰ্মিত এই বেণ্ডটোৱে ছালৰ কোনো ধৰণৰ এলাৰ্জী বা ক্ষতি কৰাৰ সম্ভাৱনা নাই। এই দৈনন্দিন ব্যৱহাৰৰ বেণ্ডটোও পানীৰ পৰা ৰক্ষা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ