--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সঞ্জীত দে' নামৰ এগৰাকী ছপা মাধ্যমৰ সাংবাদিকৰ পকেট মাৰিলে চোৰে। সঞ্জীত দে' নামৰ এগৰাকী ছপা মাধ্যমৰ সাংবাদিকৰ পকেট মাৰিলে চোৰে।

ডিজিটেল ডেস্কঃ আজি স্বাধীনতা দিৱস। আজি সমগ্ৰ দেশে উলহ-মালহেৰে পালন কৰিছে স্বাধীনতা দিৱস। দেশভক্তিৰ ঢৌত উথলি উঠিছে আজি আমাৰ ভাৰতভূমি। আজিৰ দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল।


আজি হোজাইত স্বাধীনতা দিৱসৰ কাৰ্যসূচী আছিল গৌৰৱ গগৈৰ। পাছে ইয়াত ঘটিল অঘটন। পকেট মাৰে লৈ গ'ল এগৰাকী সাংবাদিকৰ পাৰ্ছসহ নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ।


সঞ্জীত দে' নামৰ এগৰাকী ছপা মাধ্যমৰ সাংবাদিকৰ পকেট মাৰিলে চোৰে।


হোজাই পুৰণি বজাৰ নেতাজী কৰ্ণাৰত হৈছিল গৌৰৱ গগৈৰ পতাকা উত্তোলন অনুষ্ঠানৰ লগতে ত্ৰিৰংগা ৰেলী। উক্ত ঠাইত সমবেত হৈছিল পাঁচ হাজাৰোধিক লোক। 


উক্ত জন সমাগমৰ সুবিধা লৈ চোৰে পকেট মাৰি লৈ গ'ল সাংবাদিকৰ।


ইতিমধ্যে পকেটমাৰ সন্দৰ্ভত সাংবাদিকগৰাকীয়ে এজাহাৰ দাখিল কৰিছে হোজাই থানাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ