--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুৰ মতে দুৱাৰেৰে শুভ আৰু অশুভ দুই ধৰণৰ শক্তিয়েই প্ৰৱেশ কৰিব পাৰে৷ ঘৰৰ দুৱাৰ হৈছে ঘৰ এখনৰ মুখ্য উপাদান। কাৰণ দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰিব পাৰি। ঘৰৰ দুৱাৰ সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয় কথা । তদুপৰি দুৱাৰ সংখ্যা আদিৰ কথাও থাকে। ঘৰত থকা মুঠ দুৱাৰ বা দৰ্জাৰ সংখ্যা সদায় যুগ্ম হ'ব লাগে। 

অযুগ্ম সংখ্যাৰ দৰ্জা ঘৰত থাকিলে গৃহস্থৰ সুখ বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি হ'ব পাৰে।ঘৰৰ মুখ্য দুৱাৰ সদায় ভিতৰৰ পিনৰ পৰা খোলাৰ ব্যৱস্থা থাকিব লাগে। ঘৰৰ মুখ্য দ্বাৰ ঘৰৰ মধ্যস্থলত ৰাখিব নালাগে।

মুখ্য দ্বাৰৰ সন্মুখত কোনো ডাঙৰ গছ অথবা দেৱাল আদি থাকিব নালাগে। ঘৰৰ মুখ্য দ্বাৰ এখনেই হ'ব লাগে। একেদৰে ঘৰৰ পৰা ওলোৱা  বা প্ৰস্থান কৰা দুৱাৰো এখনেই হ'ব লাগে।

ঘৰৰ মুখ্য দ্বাৰ সদায় দুই পাল্লাৰ হ'ব লাগে। ঘৰৰ ভিতৰৰ দুৱাৰ এক পাল্লাৰ হ'লেও কোনো কথা নাই।

ঘৰৰ মুখ্য দ্বাৰ কেতিয়াও অর্ধ চন্দ্ৰাকাৰ, বৃত্তাকাৰ, ত্রিকোণ বা অসম আকৃতিৰ হ'ব নালাগে। ঘৰৰ মুখ্য দ্বাৰা সদায় বর্গাকৃতিৰ হ'ব লাগে । 

ঘৰৰ মুখ্য দ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত শব্দ হ'ব নালাগে । ঘৰৰ প্ৰতিখন দৰ্জা সম আকৃতিৰ হ'ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ