--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰৰ ভিতৰখন সজাবলৈ বহুতে ঘৰৰ ভিতৰৰ গছ-গছনি ব্যৱহাৰ কৰে। বহুতে ভাবে যে ঘৰৰ ভিতৰত ৰখা উদ্ভিদ যেতিয়া অলপ কমকৈ প্ৰতিপালন কৰিলেও লোকচান নহয়। কিন্তু বিশেষজ্ঞসকলে কয়, বাহিৰৰ গছ-গছনিতকৈ ঘৰৰ ভিতৰৰ গছ-গছনিয়ে অধিক যত্ন লোৱাতো প্ৰয়োজনীয়। সেইবাবেই ঘৰুৱা উদ্ভিদৰ যত্ন লোৱাৰ সময়ত কিছু কথা মনত ৰাখিব লাগিব।

Potted Snake Plants Inside A Beautiful New Flat Or Apartment Stock Photo -  Download Image Now - iStock

১) ঘৰত আছো বুলি বা এলাহতে নিয়মিতভাৱে পানী নিদিয়াকৈ নাথাকিব।  প্ৰতিদিনে অলপ অলপকৈ পানী দিব। কিন্তু চকু ৰাখিব যাতে পাত্ৰটোত পানী জমা নহয়।

২)গছ কেতিয়াও কম পোহৰত ৰাখিব নালাগে। আনকি বেছি পোহৰো নহয়। গছজোপা এনে ঠাইত ৰাখক, যাতে গছজোপা সকলো সময়তে অলপ অলপকৈ পোহৰ পায়।

৩) কেতিয়াও এ চিৰ তলত গছ নাৰাখিব। গছজোপা ৰখা ঠাইখন এচিৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰক। ইয়াত গছজোপা সঠিকভাৱে বাঢ়িব।

৪) কাপোৰড় এখন পানীত তিয়াই  মাজে মাজে গছৰ পাত পৰিষ্কাৰ কৰক। অথবা কেঁচা গাখীৰত কাপোৰ এখন তিয়াই গছৰ পাত মচিব লাগে। এইদৰে গছজোপা সতেজ হৈ থাকিব।


৫) পোক-পৰুৱা যাতে গছৰ ডাললৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কেঁচা গাখীৰৰ লগত কিছু পৰিমাণে হালধি মিহলাই গছৰ গুৰিত দিব, তেতিয়া পোক-পৰুৱাই গছডাল নষ্ট কৰিব নোৱাৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক