--°C
Loading...
Listen to Article
2 min read
80%

ইন্দোৰ : ঘোঁৰাৰ গাত গেৰুৱা ৰং। শাসকীয় বিজেপি দলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মেনকা গান্ধীৰ এনজিঅ’ৱে। বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ উপলক্ষে ইন্দোৰত আয়োজিত কাৰ্যসূচীত এটা বিজেপিৰ পতাকাৰ বৰণ সনা ঘোঁৰা দৃষ্টিগোচৰ হয়।

ঘোৰাটোৰ গাত গেৰুৱা আৰু সেউজীয়া বৰণ সনাৰ লগতে পদুমৰ চিহ্নও আঁকি দিয়া হৈছিল। এই ঘটনা দৃষ্টিগোচৰ হোৱাৰ পাছতে ইন্দোৰ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ‘পিপুল ফৰ এনিমেলছ’ নামৰ বেচৰকাৰী সংস্থাটোৰ ইন্দোৰত থকা কৰ্মীয়ে।

ইন্দোৰৰ সংযোগিতাগঞ্জ আৰক্ষী চকীত জীৱ-জন্তৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধী আইন ১৯৬০ৰ অধীনত অভিযোগ দাখিল কৰে এনজিঅ’টোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ