--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে যোগ গুৰু বাবা ৰামদেৱ। পতঞ্জলি বা আন কোনো বিষয়ৰ বাবে নহয় এইবাৰ বাবা ৰামদেৱ চৰ্চালৈ আহিছে ঘোঁৰাৰ সমানে সমানে দৌৰি। ইতিমধ্যে ঘোঁৰাৰ সৈতে দৌৰা এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ৰামদেৱে এটা ঘোঁৰাৰ সমানে সমানে দৌৰা দেখা গৈছে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে ৰামদেৱ।

এজন ব্যক্তি কিমান সুস্থ আৰু সক্ৰিয় হ'লে ৫৯ বছৰ বয়সতো এই গতিত দৌৰিব পাৰে, তাক লৈ ছ'চিয়েল মেডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ফিটনেছ প্ৰদৰ্শনৰ বাবে ৰামদেৱে নিজেই ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ প’ষ্ট কৰিছিল আৰু তাৰ পিছতেই সকলোৰে মাজত চৰ্চা আৰম্ভ হয়। ৰামদেৱৰ এই শাৰীৰিক শক্তি দেখি স্বাভাৱিকভাৱেই সকলো আচৰিত হৈছে। বহুতেই ছ’চিয়েল মিডিয়াত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোগৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰায়ে এই ভিডিঅ'টোৰ মূল উদ্দেশ্য।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ