--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ঘোষিত হ'ল অসম বিধানসভা নিৰ্বাচন৷ এই নিৰ্বাচনত ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা পৰাস্ত৷ পৰাজিত হ’ল বিপিএফৰ তিনিওজন মন্ত্ৰী৷ চন্দন ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰী৷ কংগ্ৰেছৰ প্ৰাৰ্থী হৈ পৰাজিত হ’ল মন্ত্ৰী ছুম ৰংহাং৷

আৰু পঢ়িব পাৰিব আইপিএলত কৰ’না! বাতিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু বাংগালুৰুৰ খেল

পৰাস্ত হ'ল বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ৷ পৰাস্ত AICCৰ সম্পাদক ভূপেন কুমাৰ বৰা৷ দুয়োটা সমষ্টিতে পৰাস্ত লুৰিণজ্যোতি গগৈ৷ পৰাস্ত বিধায়ক কুশল দুৱৰী, আঙুৰলতা ডেকা৷ নিৰ্দলীয় হৈ পৰাস্ত দিলীপ পাল, দিগন্ত ৰাভা৷ পৰাস্ত AJPৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা৷

আৰু পঢ়িব পাৰিব নন্দীগ্ৰামত পৰাজিত হোৱা সত্ত্বেও মমতা বেনাৰ্জী পশ্চিম বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে, কেনেকৈ?

পৰাস্ত হ'ল মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাস৷ বৰচলাত পৰাস্ত হয় প্ৰাক্তন সাংসদ আৰ পি শৰ্মা৷ বৰমাত পৰাস্ত সাংসদ নৱ কুমাৰ শৰণীয়া৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ