--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই: তামিলনাডুত বিশাল জয়ৰ দিশে ডিএমকে-কংগ্ৰেছৰ জোঁট| প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰ নিশা পৰ্যন্ত তামিলনাডু বিধানসভা নিৰ্বাচনৰ মুঠ ২৩৪খন আসনৰ ১৪০খনতকৈ অধিক আসনত জয়ী হ'বলৈ সক্ষম হৈছে| এআইডিএমকেৰ হাতে হাত ধৰি বিজেপিয়ে তামিলনাডুত ক্ষমতাত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যদিও সংখ্যাগৰিষ্ঠতা অৰ্থাৎ ১১৮খন আসনৰ ওচৰ চাপিবই নোৱাৰিলে জয়াললিতা তথা আম্মাৰ দল| আনহাতে, ডিএমকে শিবিৰত আনন্দৰ বন্যা|

আৰু পঢ়িব পাৰিব :    শাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ’ল বিৰোধীৰ মহাজোঁট


উল্লেখ্য যে জয়াললিতাৰ মৃত্যুৰ পাছত তেওঁৰ দল এআইডিএমকেৰ ছন্দপটনৰ বিপৰীতে ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পৰাই কৰুণা পুত্ৰ ষ্টাইলিনৰ উখানে তামিলনাডুৰ ৰাজনীতিত নতুন গতি পৰিলক্ষিত হৈছে| এনে পৰিপ্ৰেক্ষিতত ২০২১চনৰ বিধানসভা নিৰ্বাচনত ডিএমকে-কংগ্ৰেছ জোঁটে তামিলনাডুত ক্ষমতা দখল কৰিব বুলি পূৰ্বানুমান কৰা হৈছিল|

আৰু পঢ়িব পাৰিব :    পৰিত্যক্ত অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহঃ চিলাপথাৰ ৰে’ল ষ্টেচনত আতংক


দেওবাৰে নিৰ্বাচনৰ ছবি প্ৰায় স্পষ্ট হৈ পৰাৰ পাছতে তামিলনাডুৰ জনসাধাৰণক উদ্দেশ্যি ষ্টাইলিনৰ ধন্যবাদ সূচক মন্তব্য| তেওঁ সদৰী কৰিছে যে, 'ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত সাধাৰণ জনতাৰ বাবেই কাম কৰি যাব আমাৰ দল| সম্প্ৰতি ক'ভিড বিধিৰ বাবে সমৰ্থকসকলক অত্যধিক জনসমাগমৰপৰা বিৰত থাকিবলৈ আহ্বান জনায় তামিলনাডুৰ ভাবি মুখ্যমন্ত্ৰীগৰাকীয়ে|


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ