--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: আইপিএলৰ পৰা বিদায় পঞ্জাব কিংছৰ অধিনায়ক কে এল ৰাহুলৰ| এপেণ্ডিচাইটিছৰ ধৰা পৰিছে তাৰকা খেলুৱৈগৰাকীৰ দেহত| তাৰ পাছতে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় খেলুৱৈগাৰকীক| শীঘ্ৰেই অস্ত্ৰোপচাৰ কৰাৰ হ'ব ৰাহুলৰ| সেইবাবে আইপিএলৰ পৰৱৰ্তী খেলসমূহত দেখা পোৱা নাযাব কে এল ৰাহুলক|

আৰু পঢ়িব পাৰিব :   নন্দীগ্ৰামত পৰাজিত হোৱা সত্ত্বেও মমতা বেনাৰ্জী পশ্চিম বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে, কেনেকৈ?

পঞ্জাব কিংছৰ তৰফৰ পৰা টুইটাৰযোগে সদৰী কৰিছে যে, 'নিশা প্ৰচণ্ড পেটৰ যন্ত্ৰণাত কষ্ট পাইছিল কে এল ৰাহুলে| ঔষধ গ্ৰহণৰ পাছতো স্বাস্থ্যৰ কোনো পৰিৱৰ্তন পৰিলক্ষিত নোহোৱাত আপদকালীনভাৱে স্কেন কৰা হয় আৰু এপেণ্ডিচাইটিছৰ ধৰা পৰে| অস্ত্ৰোপচাৰৰ পাছতেই সুস্থ হৈ পৰিব তেওঁ| নিৰাপত্তাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে খেলুৱৈগৰাকীক|'

আৰু পঢ়িব পাৰিব :  ঘোষিত হ’ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী

চলিত আইপিএলত অৰেঞ্জ কেপৰ অধিকাৰী কে এল ৰাহুলৰ অনুপস্থিয়ে পঞ্জাব কিংছে কিদৰে অগ্ৰসৰ হয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব|


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ