--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গণতন্ত্রপন্থী প্ৰতিৰোধ গোটৰ নিয়ন্ত্ৰণত থকা মধ্য ম্যানমাৰৰ এখন গাঁৱত ম্যানমাৰৰ সেনাই চলোৱা এক বিমান আক্রমণত ৩০জন অসামৰিক লোক নিহত আৰু আন ২৭জন আহত হয়। 

এটা বিৰোধী গোট আৰু ম্যানমাৰৰ অনলাইন সংবাদ মাধ্যমে শনিবাৰে এই কথা কয়। দেশখনৰ দ্বিতীয় বৃহত্তম মহানগৰ মান্দালয়ৰ পৰা ৬৫ কিল'মিটাৰ উত্তৰৰ ছিংগুৰ লেট পান হ্রা গাঁৱত শুকুৰবাৰে বিয়লি ৩ বজাত এই আক্রমণ সংঘটিত হয়। যোৱা বছৰ জুলাই মাহত ম্যানমাৰৰ প্ৰধান বিৰোধীক সমর্থন জনোৱা মান্দালয় পিপল্ ডিফেন্সে ছিংগু নগৰখন দখল কৰিছিল। 

উক্ত সংগঠনটোৱে শনিবাৰে টেলিগ্রাম সামাজিক মাধ্যমত প্ৰেৰণ কৰা বিবৃতিমতে লেট পান হ্লা গাঁৱৰ মানুহৰ ভিৰ থকা বজাৰ লক্ষ্য কৰি চলোৱা বিমান আক্রমণত মৃত্যু হোৱা সকলৰ ভিতৰত ছটি শিশুও আছে। ইফালে ইন্ডিপেন্ডেন্ট ম্যানমাৰ নাও নামৰ অনলাইন সংবাদমাধ্যমে জনোৱা মতে আহত সকলৰ সাতজনৰ অৱস্থা গুৰুতৰ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ