--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমানসকলৰ পৱিত্ৰ মাহৰ 'ৰমজান' 'জুম্মা' নামাজৰ সৈতে শুকুৰবাৰে একেদিনাই পালন কৰা ৰঙৰ উৎসৱ হোলী উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত কটকটীয়া নিৰাপত্তাৰ মাজেৰে উদ্যাপন কৰা হয়।

 উত্তৰ প্ৰদেশৰ বাৰাবাংকীত বিভিন্ন ধৰ্মাৱলম্বী লোকে একেলগে শান্তিভাবে 'হোলী' উৎসৱ পালন কৰে। আনহাতে, শুকুৰবাৰে বাৰাবাংকী দৰগাহত বিভিন্ন জাতি-ধৰ্মাৱলম্বী লোকে একেলগে 'জুম্মা'ৰ নামাজ আৰু হোলী উৎসৱত অংশ লৈ সম্প্ৰীতিৰ নিদর্শন দাঙি ধৰে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গাই গৰু আৰু পোৱালিবোৰক গোৰক্ষনাথ মন্দিৰৰ প্ৰাংগণত ৰং সানি হোলী উদযাপন কৰে। 

সমাজ বাদী পাৰ্টিৰ নেতা অখিলেখ যাদৱেও হোলী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লয়। ইফালে, উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শুকুৰবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূর্ণভাৱে হোলী উদ্যাপন আৰু 'জুম্মা' নামাজ সম্পন্ন হয়। সম্ভলৰ শ্বাহী জামা মছজিদত শান্তিপূর্ণভাৱে 'জুম্মা' নামাজ শুকুৰবাৰে সম্পন্ন হয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা