--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : শনিবাৰ আৰু দেওবাৰে নতুন দিল্লীৰ গুড়গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘চেলিব্ৰেটিং নৰ্থ-ইষ্ট ২০২১’৷  NEIFTৰ অধ্যক্ষ বিক্ৰম ৰায় মেধিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসম তথা উত্তৰ-পূবৰ সাজপাৰৰ ফেশ্বন শ্ব’ৰ লগতে খাদ্য সম্ভাৰৰ প্ৰয়োভৰ হয়৷

আৰু পঢ়িব পাৰিব : দুটা সন্তান কিয়? বেছি ৰেচন লাগিলে ২০টা জন্ম দিয়ক…

এই মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ চাৰিগৰাকীকৈ কণ্ঠশিল্পীয়ে৷ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, শংকুৰাজ কোঁৱৰ, ৰিছা ভৰদ্বাজ আৰু মৈত্ৰেয়ী পাটৰে গীত পৰিৱেশন কৰে৷

আৰু পঢ়িব পাৰিব : অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ

গুড়গাঁৱৰ চাইবাৰ হাবত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবা সহস্ৰাধিক লোকে৷ উত্তৰ-পূবৰ খাদ্য, সাজপাৰ তথা সংগীতৰ অপূৰ্ব সমাহাৰে মোহাচ্ছন্ন কৰে মহোৎসৱ উপস্থিত ৰাইজক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ