--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ২৮ বছৰীয়া হ'ল বলীউডৰ অভিনেত্ৰী আলিয়া ভাট৷ সোমবাৰে জন্মদিনৰ দিনাই আলিয়াৰ নতুন ছবি 'আৰআৰআৰ'ৰ ফাৰ্ষ্টলুক মুকলি কৰে৷ এছএছ ৰাজামৌলীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত 'সীতা' চৰিত্ৰত অভিনয় কৰিছে আলিয়াই৷

আৰু পঢ়িব পাৰিব : ডিজিটেল ইণ্ডিয়াৰ সপোন আৰু চৰকাৰৰ নতুন ইণ্টাৰনেট নীতি

এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অজয় দেৱগন, ৰামচৰণ আৰু এনটি ৰামা ৰাৱে৷ এই ছবিখন ১৯২০ চনৰ দুগৰাকী কিংবদন্তী মুক্তিযুঁজাৰু আলুৰি সীতাৰামাৰাজু আৰু কোমাৰাম ভীমৰ কল্পিত কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷

https://twitter.com/aliaa08/status/1371339950256427009?s=20

আৰু পঢ়িব পাৰিব : সংগীত বিশ্বৰ মহাতাৰকালৈ ‘গ্ৰেমী’, লছ এঞ্জেলছত বৰ্ণাঢ্য কাৰ্যসূচী

আলিয়াৰ জন্মদিনত তাৰকাগৰাকীক শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীসকলে। আহিবলগা নতুন ছবিখনৰ সীতা চৰিত্ৰটোৰ বাবেও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে অনুৰাগীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ