--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰঝাৰৰ মাইলছ ব্ৰোনচন স্কুলৰ শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। তেওঁৰ ঘৰ মহানগৰীৰ তেতেলিয়াত।

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উবেৰত গৈ থকা অৱস্থাত বিপদগ্ৰস্ত হয় এগৰাকী শিক্ষয়িত্ৰী।


মাতৃৰ মোবাইলত I am in Danger বুলি মেছেজ দি নিৰুদ্দিষ্ট শিক্ষয়িত্ৰীগৰাকী। শিক্ষয়িত্ৰীগৰাকীৰ নাম ভাৱনা শৰ্মা।


বৰঝাৰৰ মাইলছ ব্ৰোনচন স্কুলৰ শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। তেওঁৰ ঘৰ মহানগৰীৰ তেতেলিয়াত।


ঘৰৰপৰা স্কুললৈ উবেৰেৰে গৈ থকা অৱস্থাত পৰিয়ালৰ লোকলৈ ফোন কৰে শিক্ষয়িত্ৰীগৰাকীয়ে।


I am in danger বুলি মাতৃৰ ফোনত মেছেজ দিয়ে তেওঁ। তাৰপাছৰ পৰাই শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ মোবাইল অফ।


ঘটনাৰ সময় আজি দুপৰীয়া। পৰিয়ালৰ লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে জালুকবাৰী থানাত।


ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই আছে আৰক্ষীয়ে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ