--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম চৰ্চিত দম্পতী হ’ব ৰণবীৰ সিং আৰু দীপিকা পাডুকন। বিয়াৰ পাঁচ বছৰ, বিয়াৰ আগতে ছবছৰ প্ৰেম। ২০১৮ চনৰ নৱেম্বৰ মাহত ইজনে সিজনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল বলীউডৰ অভিনেত্ৰী আৰু অভিনেতা।

এতিয়া অভিনেত্ৰী দীপিকা পাডুকন মাতৃ হ’বলৈ গৈ আছে। শুনা যায় যে দীপিকাৰ গৰ্ভৱতী চাৰি-পাঁচ মাহ হ’ল। এইবাৰ বাৰিষাৰ ভিতৰতে তেওঁলোকৰ প্ৰথম সন্তান জন্ম হ’ব।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে মাতৃ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। দীপিকাৰ ভাষাত "ৰনবীৰ আৰু মই ল'ৰা-ছোৱালীক বহুত ভাল পাওঁ। আমি সেই দিনটোলৈ আগ্ৰহী যেতিয়া আমি আমাৰ পৰিয়াললৈ নতুন অতিথিক আদৰি ল’ব পাৰিম।''

এইবাৰ পৰিপূৰ্ণ হৈছে অভিনেত্ৰী গৰাকীৰ সপোন! অৱশ্যে এই সন্দৰ্ভত এতিয়াও দীপিকা বা ৰণবীৰৰ কোনো এজনৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী