--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাতৰ তলুৱা খজুৱতিৰ বিষয়ে শকুনশাস্ত্ৰত বিতংভাৱে বৰ্ণনা কৰা হৈছে। উল্লেখ্য যে হাতৰ তলুৱা খজুৱতিয়ে ব্যক্তি এজনৰ শুভ আৰু অশুভ দুয়োটা কাৰণেই বহন কৰে। ইয়াৰ উপৰি পুৰুষ-মহিলা উভয় ক্ষেত্ৰত ই বেলেগ বেলেগ ইংগিত বহন কৰে। এতিয়া জানো আহক খজুৱতিৰ ফলত মানুহৰ সৌভাগ্য আৰু আৰ্থিক অৱস্থাত কেনে প্ৰভাৱ পৰে, জানো আহক।

 * সোঁহাতত খজুৱতি হ’লে-

প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে যদি কোনো ব্যক্তিৰ সোঁহাত বা সোঁফালে খজুৱতি হয়, তেন্তে তেওঁৰ সম্পত্তি আৰু উপাৰ্জনৰ ক্ষতি হয়। কিন্তু সম্পূৰ্ণ বিপৰীতে সমুদ্ৰশাস্ত্ৰত লিখা আছে যে সোঁহাতৰ খজুৱতি হ’লে অৰ্থ আগমনৰ ইংগিত বহন কৰে।

 * বাওঁহাতত খজুৱতি হ’লে-

কোৱা হয় যে কোনো ব্যক্তিৰ বাওঁহাতত খজুৱতি হ’লে তেওঁৰ ভাগ্য উন্নত হয় আৰু অৰ্থৰ আগমন ঘটে। কিন্তু সমুদ্ৰশাস্ত্ৰই কৈছে যে বাওঁহাতৰ খজুৱতি হ’লে অৰ্থৰ লোকচান হয়। সেয়েহে সাৱধান হোৱা উচিত।

 * হিন্দুধৰ্মৰ বিশ্বাস অনুসৰি মালক্ষ্মীক ধন আৰু সুখ-সমৃদ্ধিৰ দেৱী বুলি কোৱা হয়। যেতিয়াই বাওঁহাতত খজুৱতি হয় তেতিয়াই সকলোৱে ভাবে যে মালক্ষ্মী অসন্তুষ্টিৰ ফলতেই অৰ্থৰ লোকচান হ’ব।

 স্মৰ্তব্য যে মহিলাৰ ক্ষেত্ৰত অৰ্থ বেলেগ হয়। যদি কোনো নাৰীৰ বাওঁহাতৰ তলুৱাত খজুৱতি হয়, তেন্তে তেওঁ সৌভাগ্য বৃদ্ধি হয়। কিন্তু সোঁহাতৰ তলুৱাত যদি খজুৱতি হয়, তেতিয়া তেওঁৰ অৰ্থৰ ক্ষতি হয় বুলি কোৱা হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক