--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিজন ব্যক্তিয়ে বহু পৰিশ্ৰমৰ অন্ততহে নিজৰ পাৰিশ্ৰমিক পাবলৈ সক্ষম হয়। সেই ধনেৰে তেওঁ পৰিয়ালৰ বাকীখিনি সদস্যৰ প্ৰয়োজন পূৰণৰ লগতে বহুতে সঞ্চয়ো কৰে, কিন্তু খৰচ বৃদ্ধিৰ বাবে বহু লোকে সঞ্চয় কৰাত ব্যৰ্থ হয়। গতিকে জ্যোতিষশাস্ত্ৰৰ এনে এটা প্ৰতিকাৰ বিষয়ে কোৱা হয়, যাক গ্ৰহণ কৰি আপুনিও মালক্ষ্মীৰ আশীবাৰ্দৰ লগতে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

 জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰথমটো কাম হৈছে দান কৰা, এই দানক ধৰ্মশাস্ত্ৰত সৰ্ববৃহৎ গুণ হিচাপে বিবেচিত হৈছে। কোৱা হয় যে যিসকল লোকে নিয়মিতভাৱে দান-বৰঙণি কৰে। জন্ম-মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ তেওঁলোকে মোক্ষ লাভ কৰে। সেইবাবেই যেতিয়াই সম্ভৱ তেতিয়াই আৰ্তজনক খাদ্য বা বস্ত্ৰ দান কৰিলে শুভ ফল পোৱা যায়। ইয়াৰ ফলত আপোনাৰ ঘৰৰ খাদ্যৰ ভঁৰাল সদায় ভৰি থাকে।

 আৰ্তজনক দান দিয়াৰ উপৰি দ্বিতীয়টো কাম হৈছে আটাৰে ৰুটি বনাই গৰুক খুৱাব লাগে। ইয়াৰ লগতে নিয়মীতভাৱে পশুখাদ্যৰো ব্যৱস্থা কৰিব লাগে। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে আৰু গৰুক ৰুটি খুৱালে পূণ্য ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।

 পক্ষীক দানা-পানী ৰাখিব লাগে, যাতে চৰাইবোৰে পেট ভৰাই খাবলৈ খাদ্য পায়। জীৱবোৰৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰি শুভ ফল পোৱা যায়, যাৰ ফলত জীৱনৰ প্ৰগতিৰ পথ স্বয়ংক্ৰিয়ভাৱে মুকলি হ’বলৈ আৰম্ভ কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক