--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : হেকাৰৰ কবলত সাংসদ প্ৰদান বৰুৱা৷ বৰুৱাৰ একাউণ্টৰ পৰা ৩৭ লাখ টকা হৰলুকি হেকাৰৰ৷ ৪-৫ মাহৰ পৰাই সৰকাই আহিছিল ধন৷ অনলাইন শ্ব’পিঙৰ লগতে হেকাৰে উলিয়াইছিল নগদ ধন৷ দিল্লীত থকা ভাৰতীয় ষ্ট বেংকৰ একাউণ্টৰ পৰা ধন লুট কৰিছিল হেকাৰে৷ ইয়াৰ সন্দৰ্ভত আজি ভঙাগড় থানাত এজাহাৰ দাখিল সাংসদগৰাকীৰ৷

এমাহো সম্পূৰ্ণ হোৱা নাই অসম আৰক্ষীয়ে মুকলি কৰা Financial Cyber Fraud Reporting & Management System ৷ ২৮ জুনত আৰক্ষী অধীক্ষক ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিছিল Financial Cyber Fraud Reporting & Management System ৷

অৱশ্যে এই চিষ্টেমক জনাবলৈ সাংসদ প্ৰদান সমগ্ৰ ঘটনাৰ বিষয়ে জ্ঞাত নাছিল ৷ বিগত ৪-৫ মাহৰ পৰা হেকাৰে সৰকাই আছিল একাউন্টৰ ধন৷ ভাৰতীয় দণ্ডবিধিৰ ৪২০ ৰ লগতে তথ্য প্ৰযুক্তিৰ 66(C) /66 (D) ধাৰাৰ অধিনত ভঙাগড় আৰক্ষীথানাত ৰুজু হৈছে 413/21 নম্বৰত গোচৰ ৷ এই গোচৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীৰ চাইবাৰ টীমে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ