--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ৰাহুল গান্ধীৰ হেলিকপ্টাৰত চলিল  তালাচী । ৰাহুলৰ হেলিকপ্টাৰ আজি  তামিলনাডুত অৱতৰণ কৰাৰ পিছতে নিৰ্বাচনী বিষয়াই তালাচী চলায়। । ৰাহুলে ৱায়ানাডৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত  প্ৰতিদ্বন্দ্বিতা কৰিছে। কেৰালাত ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইকাৰণে কংগ্ৰেছৰ সোমবাৰে প্ৰচাৰ চলাবলৈ গৈছিল।

 ৰাজহুৱা সভাৰ উপৰি তাত তেওঁৰ আন বহুতো কাৰ্যসূচী লৈ বাহুল উপস্থিত হৈছিল।  ৰাহুলৰ হেলিকপ্টাৰখন তামিলনাডুৰ নীলগিৰিত অৱতৰণ কৰে। তাতেই কপ্টাৰখনত তালাচী চলোৱা হয়। নিৰ্বাচনী বিষয়াই  এই তালাচী চলায়। স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি  নিৰ্বাচন আয়োগৰ ফ্লাইং স্কোৱাডৰ সদস্যসকলে ৰাহুলৰ হেলিকপ্টাৰত তালাচী চলাইছিল। তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ হেলিকপ্টাৰৰ তালাচী কালি কৰা হৈছিল। বেহালাৰ ফ্লাইং ক্লাবত  আয়কৰ বিষয়াসকলে  তেওঁৰ হেলিকপ্টাৰখন ৰখাই তালাচী চলাইছিল। 

ফলত অভিষেকৰ নিৰাপত্তাৰক্ষীসকলৰ কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলৰ সৈতে  বিবাদ হৈছিল। ছ'চিয়েল মিডিয়াৰ জৰিয়তে অভিষেকে কৈছিল , "হেলিকপ্টাৰত একো পোৱা নগ'ল  ,  কেন্দ্ৰীয় সংস্থাসমূহক হেলিকপ্টাৰত তালাচী চলাবলৈ   ব্যৱহাৰ কৰা হৈছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী নেতাসকলৰ কপ্টাৰসকলক কিয় বাৰে বাৰে তালাচী চলোৱা  হৈছে? " ৰাহুল গান্ধীয়ে পিছে তালাচী সন্দৰ্ভত কোনো অভিমত প্ৰকাশ কৰা নাই।  তালাচীত  পিছে এক নাপালে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ