--°C
Loading...
Listen to Article
2 min read
80%

ছাল'ন : হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও ৩৫জন লোক আহত হৈছে। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে হিমাচলৰ ছাল'ন জিলাত। দেওবাৰে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰি কৰিছে।

জাবলী-ধৰমপুৰৰ সমীপত এই দুৰ্ঘটন সংঘটিত হয়। তিনিজজন লোকে আৰোহন কৰি অহা এখন ট্ৰাকে ৩৫জন যাত্ৰীক কঢ়িয়াই নিয়া এখন বাছৰ পিছফালে খুন্দা মাৰি দিয়ে। বাছখন কালকা অভিমুখে গৈ আছিল।

এই দুৰ্ঘটনাত আহত হোৱা লোকসকলক ধৰমপুৰ অসামৰিক চিকিতসালয়ত ভৰ্তি কৰোঁৱা হৈছে। এটি শিশুকে ধৰি চাৰিজন আহতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁলোকক ছাল'নৰ এখন হাস্পতাললৈ স্থানান্তৰ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ