--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত পুষ্টিকৰ খাদ্যৰ অভাৱ আৰু অন্যান্য কাৰণত শৰীৰত তেজৰ অভাৱত বিভিন্ন ধৰণৰ সমস্যা দেখা পোৱা যায় যদিও এই সমস্যা মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।

 মানুহৰ দেহত তেজৰ অভাৱ হ’লে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। দেহ-মন সোনকালে ভাগৰি পৰে। এনে তেজৰ অভাৱত শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে এই সমস্যা কেনেদৰে দূৰ কৰিব পৰা যাব?

 এনে অৱস্থাত খেজুৰ খোৱাটো গুৰুত্বপূৰ্ণ, নিয়মীয়াকৈ খেজুৰ খালে দুৰ্বলতা দূৰ হোৱাৰ লগতে শৰীৰৰ ভিতৰক পৰা শক্তি বৃদ্ধি কৰে। কাৰণ খেজুৰত ভিটামিন, মিনাৰেল, প্ৰটিন, ফাইবাৰ থাকে। পুৱা ওটছৰ লগত খালে বা ৰাতি পানীত তিয়াই পুৱা খালী পেটত খালে যথেষ্ট উপকাৰ পোৱা যায়।

 কিচমিচত প্ৰায় ৩.৩ গ্ৰাম আঁহ থাকে কিচমিচ খালে একেলগে বহুতো সমস্যাৰ সমাধান হয়। তিল শৰীৰৰ বাবে অতি উপকাৰী, সেইবাবেই বহু উৎসৱত মানুহে তিল-গুড় খায়। কাৰণ তিলত প্ৰচুৰ পৰিমাণে লো, আইৰন আদি খনিজ পদাৰ্থ থাকে, বিশেষকৈ তিলে শৰীৰত তেজৰ অভাৱ দূৰ কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ