--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ মুৰব্বী ৰণজিৎ কুমাৰ দাসে সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মা দুয়োকে তেওঁলোকৰ নিজৰ অধিকাৰত মহাকাশীয় তৰা হিচাপে প্ৰশংসা কৰে। 'যদি এজন ধ্ৰুৱতৰা হয় তেন্তে আনজন ভুটাতৰা’- বুলি ৰণজিৎ কুমাৰ দাসে তেওঁৰ ফেচবুক পোষ্টত কয়।

আৰু পঢ়িব পাৰিব :   ৰাজ্যত সুৰক্ষিত নহয় যুৱতী: আন এক ধৰ্ষণকাণ্ডই জোকাৰিছে অসম

দাসে ৰাজ্যখনৰ উন্নয়নৰ বাবে দুয়োজন নেতাৰ গুৰুত্ব বুলি দাবী কৰে আৰু ৰাজ্যিক বিজেপি এনে দুজন মহান নেতা পোৱাৰ বাবে ভাগ্যৱান। ৰাজ্যখনে তেওঁলোকৰ নতুন মুখ্যমন্ত্ৰীক চাবলৈ অপেক্ষা কৰি থকাৰ সময়তে ৰঞ্জিত দাসৰ এই পোষ্টে সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে৷

আৰু পঢ়িব পাৰিব :   হত্যাকাণ্ডৰ ৪০দিনৰ পাছতো ন্যায় নাপালে প্ৰাঞ্জলৰ পিতৃ-মাতৃয়ে!

ইপিনে দলৰ হাইকমাণ্ডে দুয়োজন নেতাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত আলোচনাৰ বাবে মাতি নিয়াৰ পাছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়ো দিল্লীৰ বৈঠকত উপস্থিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ