--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ৷ দিল্লীলৈ তলব সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা৷ জে পি নাড্ডাৰ বাসগৃহত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে তেওঁলোকক৷ শনিবাৰে পুৱা ১০.৩০ বজাত মিলিত হ’‍ব বৈঠকত৷ পুৱাই ছাৰ্টাৰ্ড বিমানযোগে দিল্লীলৈ ৰাওণা হৈছে সোণোৱাল-হিমন্ত৷ পুৱাই বৰঝাৰত উপস্থিত হয় দুয়োজন নেতা৷

আৰু পঢ়িব পাৰিব :  ক’ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ

সোণোৱালৰ সৈতে বৰঝাৰলৈ টিংখাঙৰ বিধায়ক বিমল বৰা আৰু হিমন্ত বিশ্বৰ সৈতে বৰঝাৰলৈ নাহৰকটীয়াৰ তৰংগ গগৈও গৈছিল৷ পুৱা ৭:১৩ বজাত বিমানবন্দৰ উপস্থিত হয় হিমন্ত আনহাতে ৭:৩০ মিনিটত বৰঝাৰত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল৷ তাৰপাছতেই দিল্লীলৈ ৰাওনা হয় সোণোৱাল-হিমন্ত৷

আৰু পঢ়িব পাৰিব :  ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু বৰপেটা চিকিৎসা মহাবিদ্যালয়

একেখন ছাৰ্টাৰ্ড বিমানত ৰাওনা হয় তেওঁলোক দুয়ো৷ ৮ বজাত বৰঝাৰৰ পৰা উৰা মাৰিলে ছাৰ্টাৰ্ড বিমানখনে৷ আজ‌ি দুয়োজন নেতা কেন্দ্ৰীয় নেতৃত্বৰে মিলিত হ’‍ব বৈঠকত ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ