--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডালচেনি এবিধ বনৌষধি মছলা। যিটো ভাৰতীয় প্ৰতিটো পাকঘৰতে সহজে পোৱা যায়। ডালচেনি হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট, কেলচিয়াম, আইৰণ, ভিটামিন চি, ভিটামিন ই, কেলচিয়াম, এণ্টিঅক্সিডেণ্ট ফাইবাৰ আৰু এণ্টি-ইনফ্লেমেটৰী আদি গুণৰ ভঁৰাল। সেইবাবেই ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰে বহু উপকাৰ লাভ কৰে। 

ডালচেনি সেৱন কৰিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ উপৰিও ডালচেনিয়ে হাঁপানীৰ দৰে ৰোগৰ পৰাও ৰক্ষা কৰে। কেৱল এয়াই নহয়, কলেষ্টেৰল আৰু পিৰিয়ডৰ বিষো কম কৰিব পাৰে ডালচেনিয়ে। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ডালচেনি পানীয় বনোৱাৰ ৰেচিপি। এই স্বাস্থ্যসন্মত আৰু সোৱাদযুক্ত পানীয়ই শৰীৰত উষ্ণতা প্ৰদান কৰে, যাতে আপুনি চৰ্দি আৰু কাহৰ পৰা হাত সাৰিব পাৰে, গতিকে আহকচোন ডালচেনি পানীয় তৈয়াৰ কৰাৰ পদ্ধতি জানি লও।

ডালচেনি পানীয় বনাবলৈ প্ৰয়োজনীয় উপাদান-

১) একাপ গাখীৰ
২) ডালচেনি
৩) ৪ টা লং
৪) দুটা ইলাচি
৫)এক চামুচ মৌ

ডালচেনি পানীয় কেনেকৈ বনাব? 

ডালচেনি পানীয় বনাবলৈ প্ৰথমে কেৰাহীত গাখীৰ ঢালি দিব।
তাৰ পিছত গৰম কৰিবলৈ কম জুইত ৰাখক।
ইয়াৰ পিছত তাত সকলো উপাদান একেলগে মিহলাই লওক।
তাৰ পিছত আপুনি এই পানীয়টো কম জুইত ৰাখিব যেতিয়ালৈকে ইয়াৰ ৰং আৰু গোন্ধ সলনি নহয়।
ইয়াৰ পিছত যেতিয়া ভালকৈ উতলি সিজি যাব, তেতিয়া আপুনি গেছ বন্ধ কৰি দিব।
তাৰপাছত অলপ ঠাণ্ডা হ’লে আপুনি ইয়াক চাৰ্ভিং গ্লাছত ফিল্টাৰ কৰিব।
এতিয়া আপোনাৰ স্বাস্থ্যকৰ ডালচেনিৰ পানীয় সাজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক