--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • IMFৰ পৰিচালন সঞ্চালক ক্রষ্টেলিনা জর্জিভাই গোপীনাথৰ উত্তৰসুৰিৰ নাম উপযুক্ত সময়ত ঘোষণা কৰিব।

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি (IMF) ২ নম্বৰ স্থানৰ শীৰ্ষ বিষয়া গীতা গোপীনাথে আগষ্ট মাহৰ শেষত IMF ত্যাগ কৰিব আৰু হার্ভার্ড বিশ্ববিদ্যালয়লৈ ঘূৰি আহিব। সোমবাৰে আই এম এফে এটা বিবৃতিত এই কথা সদৰী কৰে। IMFৰ পৰিচালন সঞ্চালক ক্রষ্টেলিনা জর্জিভাই গোপীনাথৰ উত্তৰসুৰিৰ নাম উপযুক্ত সময়ত ঘোষণা কৰিব।


২০১৯ চনত গোপীনাথে সংস্থাটোত মুখ্য অর্থনীতিবিদ হিচাপে যোগদান কৰি এই পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা ৰূপে পৰিগণিত হৈছিল আৰু ২০২২ চনৰ জানুৱাৰী মাহত প্ৰথম উপ-পৰিচালন সঞ্চালক পদলৈ উন্নীত হৈছিল। মার্কিন কোষাগাৰে এই সন্দর্ভত এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই।


পৰম্পৰা অনুসৰি ইউৰোপৰ দেশসমূহে নিধিৰ পৰিচালন সঞ্চালকজনক নির্বাচিত কৰাৰ বিপৰীতে মার্কিন কোষাগাৰে প্ৰথম উপ-পৰিচালন সঞ্চালকজনক নির্বাচিত কৰে। ভাৰতত জন্মগ্রহণ কৰা গোপীনাথে হার্ভার্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক হিচাপে পূৰ্বৰ পদলৈ ঘূৰি আহিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ