--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চীনৰ মধ্যস্থতাতে এই যুদ্ধ বন্ধ হোৱা বুলি য়িয়ে দাবী কৰে।

ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ-বিৰতি কৰোৱাৰ বাবে এইবাৰ চীনে কৃতিত্ব দাবী কৰিলে। ইমানদিনে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই যুদ্ধ- বিৰতিত মূল ভূমিকা লোৱা বুলি দাবী কৰি অহাৰ পাছত এইবাৰ চীনৰ দাবীয়ে ভাৰতৰ ৰাজনৈতিক মহলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


চীনৰ বিদেশ মন্ত্রী বাং য়িয়ে মঙলবাৰে প্রকাশ কৰে যে ২০২৫ বৰ্ষত চীনে মধ্যস্থতা কৰা গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ভিতৰত অন্যতম হৈছে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ। চীনৰ মধ্যস্থতাতে এই যুদ্ধ বন্ধ হোৱা বুলি য়িয়ে দাবী কৰে।


ইফালে কেন্দ্ৰীয় চৰকাৰে চীনৰ এই দাবী পোনছাটেই নস্যাৎ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰই প্ৰকাশ কৰিছে যে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত পাকিস্তানৰ ফালৰ পৰা যুদ্ধ-বিৰতি বিচাৰিছিল, গতিকে ভাৰতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত হৈছিল। ইয়াত তৃতীয় পক্ষৰ মধ্যস্থতা নাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ