--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰে কিছু লোকক ঘূৰাই আনি তেওঁলোকৰ ভাৰতীয় নাগৰিকত্বৰ স্থিতি বিতংভাৱে পৰীক্ষা কৰিব বুলি তুষাৰ মেহতাই কয়।

ডিজিটেল ডেস্ক : বাংলাদেশলৈ পূৰ্বে বিতাৰণ কৰা কিছু লোকক ভাৰতলৈ পুনৰ ঘূৰাই অনা হ'ব। কেন্দ্ৰীয় চৰকাৰে এই কথা উচ্চতম ন্যায়ালয়ক অৱগত কৰে। 


ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত কয় যে পূর্বতে বাংলাদেশলৈ বিতাৰণ কৰা কিছু লোকক ভাৰতলৈ পুনৰ ঘূৰাই আনি তেওঁলোকৰ ভাৰতীয় নাগৰিকত্বৰ দাবীসমূহ চালি-জাৰি চাই পৰীক্ষা কৰা হ'ব। 

কেন্দ্ৰীয় চৰকাৰে কিছু লোকক ঘূৰাই আনি তেওঁলোকৰ ভাৰতীয় নাগৰিকত্বৰ স্থিতি বিতংভাৱে পৰীক্ষা কৰিব বুলি তুষাৰ মেহতাই কয়। এই ক্ষেত্ৰত সর্বোচ্চ আদালতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৮-১০ দিনৰ ভিতৰত এইসকল বিতাৰিত লোকক ভাৰতলৈ ঘূৰাই আনিব লাগে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ